Assam Rifles Recruitment 2026 – 117 Rifleman/ Riflewomen Posts
Assam Rifles Recruitment – যদি আপুনি চৰকাৰী চাকৰিৰ বাবে প্ৰস্তুতি কৰি আছে, বিশেষকৈ defence sector ত, তেন্তে আপোনাৰ বাবে এটা ভাল সুযোগ আহিছে। Assam Rifles Recruitment 2026 ত ১১৭টা পদৰ বাবে বিজ্ঞপ্তি প্ৰকাশ হৈছে। এই ৰিক্ৰুটমেন্টটো বিশেষ, কাৰণ এইটো Compassionate Ground Appointmentৰ অধীনত কৰা হৈছে, অৰ্থাৎ কেৱল অসম ৰাইফলছৰ যোগ্য পৰিয়ালৰ সদস্যসকলেই আবেদন কৰিব পাৰিব। … Read more