Gauhati High Court Recruitment 2026 – 3 Law Clerk Posts, Online Apply

WhatsApp Group Join Now
Telegram Group Join Now
বিষয়বিৱৰণ
সংস্থা নামগুৱাহাটী উচ্চ ন্যায়ালয়
পদৰ নামLaw Clerk
পদৰ সংখ্যা৩ টা
দৰমহা₹৩০,০০০/- প্ৰতি মাহ
আবেদন পদ্ধতিঅনলাইন
শেষ তাৰিখ০৫ এপ্ৰিল ২০২৬

শিক্ষাগত অৰ্হতা

যোগ্যতাবিৱৰণ
শিক্ষাগত যোগ্যতাভাৰতৰ যিকোনো স্বীকৃত বিশ্ববিদ্যালয়ৰ পৰা আইনত গ্ৰেজুৱেট / পোষ্ট গ্ৰেজুৱেট / ডক্টৰেট
অগ্ৰাধিকাৰআইন ক্ষেত্ৰত অভিজ্ঞতা থকা বা Bar-ত প্ৰেক্টিচ কৰা প্ৰাৰ্থীক অগ্ৰাধিকাৰ দিয়া হ’ব

অন্যান্য যোগ্যতা

বিষয়বিৱৰণ
নাগৰিকত্বভাৰতীয় সংবিধানৰ Article 5 আৰু 6 অনুসৰি ভাৰতীয় নাগৰিক হব লাগিব
বয়স সীমাসর্বোচ্চ ৪০ বছৰ
বয়স ছাড়OBC: ৩ বছৰ, SC: ৫ বছৰ, STP/STH: ৫ বছৰ
Employment Exchangeঅসমৰ বাবে বৈধ Registration Number থাকিব লাগিব
ভাষা জ্ঞানঅসমীয়া ভাষাৰ জ্ঞান থাকিব লাগিব

আবেদন মাচুল

বিভাগমাচুল
SC/ST (P)/ST (H)₹২৫০/-
PwBDনাই
UR/OBC₹৫০০/-

কেনেকৈ আবেদন কৰিব

ধাপবিৱৰণ
Step 1তলৰ Important Links section লৈ যাওক
Step 2“Online Application Form” ত ক্লিক কৰি “New Registration” কৰক
Step 3পুনৰ Login কৰি ফৰ্ম পূৰণ কৰক
Step 4ব্যক্তিগত আৰু শিক্ষাগত তথ্য ভৰ্তি কৰক
Step 5প্ৰয়োজনীয় ডকুমেন্ট আপলোড কৰক
Step 6নিজৰ বিভাগ অনুসৰি মাচুল পৰিশোধ কৰক
Step 7ফৰ্ম Submit কৰি Print Out লৈ ৰাখক

গুৰুত্বপূর্ণ তাৰিখ

ঘটনাতাৰিখ
আবেদন আৰম্ভ২৫ মাৰ্চ ২০২৬
শেষ তাৰিখ০৫ এপ্ৰিল ২০২৬ (৫ বজা লৈ)

গুরুত্বপূর্ণ লিংকসমূহ

বিষয়লিংক
Online Application FormClick Here
Official NotificationClick Here
Official WebsiteClick Here

Leave a Comment